WELCOME TO SankarCareer.in
"Your Trusted Source for Jobs, Education Career Updates, Results , Addmissions& Scholarships"
SankarCareer.in হৈছে অসমৰ ছাত্ৰ-ছাত্ৰী আৰু চাকৰি প্ৰাৰ্থীসকলৰ বাবে এটা নিৰ্ভৰযোগ্য শিক্ষামূলক আৰু কেৰিয়াৰ তথ্যভিত্তিক ৱেবছাইট। আমাৰ লক্ষ্য হৈছে চাকৰিৰ বিজ্ঞাপন, এডমিট কাৰ্ড, পৰীক্ষাৰ ফলাফল, এডমিশ্যন, স্ক'লাৰশ্বিপ আৰু বিভিন্ন শিক্ষামূলক তথ্য সঠিক সময়ত পাঠকৰ ওচৰলৈ পঠিয়াই দিয়া।
আমি অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ নতুন নতুন আপডেট নিয়মিতভাৱে প্ৰকাশ কৰি থাকোঁ।
We Provide
✅ Latest Job Notifications
✅ Assam Government Jobs
✅ Central Government Jobs
✅ Admit Cards
✅ Exam Results
✅ Scholarships
✅ Admission Updates
✅ NEET, JEE & Competitive Exam Updates
Our Mission
যুৱ প্ৰজন্মক সঠিক আৰু সময়োপযোগী তথ্য প্ৰদান কৰি তেওঁলোকৰ শিক্ষাগত আৰু পেছাগত জীৱনত সহায় কৰা।অসম আৰু ভাৰতৰ শেহতীয়া চাকৰিৰ খবৰ, এডমিট কাৰ্ড, ফলাফল, স্ক'লাৰশ্বিপ আৰু শিক্ষা সম্পৰ্কীয় আপডেটৰ বাবে SankarCareer.in আপোনাৰ বিশ্বস্ত সংগী।
Contact Us:7086822051
Mr. Sankar Doley
FOUNDER & EDITOR


Sankarcareerin

GDS 3rd merit list released

5 months ago | [YT] | 3

Sankarcareerin

Like, Comment,share and subscribe

5 months ago | [YT] | 2

Sankarcareerin

এই পোষ্টটোত অসমৰ মুখ্যমন্ত্ৰী Himanta Biswa Sarma-এ ২ লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ কথা কৈছে।
সাধাৰণতে এই ২ লাখ চাকৰিৰ ভিতৰত তলৰ বিভাগসমূহৰ পদ থাকিব পাৰে—

* শিক্ষা বিভাগ (শিক্ষক, প্ৰবক্তা, সহায়ক কৰ্মচাৰী)
* স্বাস্থ্য বিভাগ (ষ্টাফ নাৰ্ছ, লেব টেকনিচিয়ান, ফাৰ্মাচিষ্ট, Grade-III/IV)
* ASSAM POLICE (Constable UB-AB,SI)
* Forest Department (All post)
* Commando (in two department)
* ADRE 3rd grade -4th Grade
* ৰাজহ বিভাগ
* পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ
* সমাজ কল্যাণ বিভাগ
* জল সম্পদ বিভাগ
* কৃষি বিভাগ
* বিভিন্ন সঞ্চালকালয় আৰু সচিবালয়ৰ গ্ৰেড-III আৰু গ্ৰেড-IV পদ
* PSU, নিগম আৰু ব'ৰ্ডসমূহৰ খালী পদ
* .....Etc.

পোষ্টখনত কোৱা হৈছে যে—

1. ইতিমধ্যে এক লাখৰো অধিক নিযুক্তি সম্পন্ন হৈছে।
2. আৰু প্ৰায় ৮০ হাজাৰ খালী পদ চিনাক্তকৰণ কৰা হৈছে।
3. অননুমোদিত পদসমূহৰ মূল্যায়ন চলি আছে।
4. বিভাগ, স্বাস্থ্যখণ্ডৰ প্ৰতিষ্ঠান, অৰ্ধ-চৰকাৰী সংস্থা, নিগম আদিৰ পদসমূহো পৰ্যালোচনা কৰা হৈছে।
........Etc.
অৰ্থাৎ, ২ লাখ চাকৰি এটা মাত্ৰ বিভাগত নহয়; বিভিন্ন বিভাগ আৰু সংস্থাত মিলি দিয়া হ'ব।


"২ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য পুনৰ নিশ্চিত কৰিলে মুখ্যমন্ত্ৰীয়ে। গতিকে বন্ধুসকল, অপেক্ষা নহয়—আজিৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰক। আপোনাৰ পৰিশ্ৰমেই আপোনাৰ সফলতাৰ চাবিকাঠি।"
Thanks
Mr Sankar Doley
‪@HimantaBiswaSarma‬​
#AssamJobs
#AssamCareer
#GovernmentJobs
#AssamGovtJobs
#JobAlertAssam
#AssamStudents
#CompetitiveExam
#CareerGuidance
#StudyMotivation
#APSC
#ADRE
#AssamPolice
#SSCPreparation
#NEETAspirants
#YouthOfAssam
#EmploymentAssam
#2LakhJobs
#AssamUpdates
#SarkariNaukri
#JobPreparation

5 months ago (edited) | [YT] | 8

Sankarcareerin

Keep support 👇

5 months ago | [YT] | 1

Sankarcareerin

এতিয়ালৈকে ADRE 2026 (3rd Grade & 4th Grade) online apply আৰম্ভ হোৱা নাই। Official notification এতিয়াও release হোৱা নাই। বিভিন্ন update অনুসৰি জুন 2026ৰ ভিতৰত notification আহিব পাৰে বুলি আশা কৰা হৈছে
Don't worry!
“ADRE 2026 notification released হোৱাৰ লগে লগে groupত জনোৱা হ’ব।”

5 months ago | [YT] | 14

Sankarcareerin

Finaly released so, please keep support🙏❤️

6 months ago | [YT] | 2

Sankarcareerin

Good News\! HS Exam 2026 Result Date Declared by Assam CM & EM 📢 | How to Check HS Result 2026

6 months ago | [YT] | 3

Sankarcareerin

SSC New Recruitment 2026 | Phase XIV | 3003 Posts Out Now
👉 Check Eligibility, Age Limit & Full Details
📲 Apply Link Below 👇

6 months ago | [YT] | 6

Sankarcareerin

কষ্টৰ মাজতো হাঁহি নেহেৰুৱা—সেয়াই সত্যিকাৰৰ সাহস, 🌺❤️💪

7 months ago | [YT] | 23