এগৰাকী বিশিষ্ট লোক শিল্পী তথা 'দিহানাম' সংগীত শিল্পী হিচাপে "ইণ্টাৰনেচনেল হিউমেন ৰাইটচ্ এম্বেচাডৰ অৰ্গেনাইজেশ্বন" (International Human Rights Ambassador Organisation - IHRAO) -ৰ দ্বাৰা মই এই আন্তৰ্জাতিক সন্মান লাভ কৰিবলৈ সক্ষম হলো।
এই স্বীকৃতি কেৱল মোৰ নহয়। ই আপোনালোক সকলো শুভাকাংক্ষীৰ আশীৰ্বাদ আৰু ভালপোৱাৰ ফল।
"দিহা নাম" আমাৰ আত্মাৰ সুৰ। ইয়াক জীয়াই ৰখা আৰু নতুন প্ৰজন্মৰ মাজত বিয়পাই দিয়াৰ দায়িত্ব মোৰ । আগলৈও এই পবিত্ৰ কাম অবিৰতভাৱে কৰি যাম বুলি প্ৰতিশ্ৰুতি দিলোঁ।
MUKUL SAIKIA Production official
এইবাৰ কিন্তু আপোনালোকে মোক সহায় কৰিব লাগিব
খুব সোনকালে ভক্তি মূলক টোকাৰী গীত এটা আহি আছে
অনুগ্ৰহ কৰি মোৰ গীত টো শুনিব সকলোৱে দেই 🫶❤️
2 weeks ago | [YT] | 4
View 0 replies
MUKUL SAIKIA Production official
আজি মোৰ জীৱনৰ এটা স্মৰণীয় দিন,
এগৰাকী বিশিষ্ট লোক শিল্পী তথা 'দিহানাম' সংগীত শিল্পী হিচাপে "ইণ্টাৰনেচনেল হিউমেন ৰাইটচ্ এম্বেচাডৰ অৰ্গেনাইজেশ্বন" (International Human Rights Ambassador Organisation - IHRAO) -ৰ দ্বাৰা মই এই আন্তৰ্জাতিক সন্মান লাভ কৰিবলৈ সক্ষম হলো।
এই স্বীকৃতি কেৱল মোৰ নহয়। ই আপোনালোক সকলো শুভাকাংক্ষীৰ আশীৰ্বাদ আৰু ভালপোৱাৰ ফল।
"দিহা নাম" আমাৰ আত্মাৰ সুৰ। ইয়াক জীয়াই ৰখা আৰু নতুন প্ৰজন্মৰ মাজত বিয়পাই দিয়াৰ দায়িত্ব মোৰ । আগলৈও এই পবিত্ৰ কাম অবিৰতভাৱে কৰি যাম বুলি প্ৰতিশ্ৰুতি দিলোঁ।
সকলোকে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা 🙏
3 months ago | [YT] | 8
View 1 reply
MUKUL SAIKIA Production official
ৰাইজৰ ভাল নে
6 months ago | [YT] | 10
View 0 replies
MUKUL SAIKIA Production official
ZG romantic song LAHEDOI
এবাৰ শুনিব সকলোৱে 🫶
6 months ago (edited) | [YT] | 9
View 0 replies
MUKUL SAIKIA Production official
MUR MON RONGAI
ANKUR RANJAN
MUKUL SAIKIA
TILOK RANJAN
DEEPSIKHA
COMMING SOON
8 months ago | [YT] | 19
View 0 replies
MUKUL SAIKIA Production official
ভগৱান জনৰ আজি ৫৩ বছৰ জন্ম দিন, জয় জুবিন দা ❤️
https://youtu.be/nQIdxIayBL0?si=ZpTf1...
11 months ago | [YT] | 2
View 0 replies
MUKUL SAIKIA Production official
প্ৰাণৰ ভগৱান জন তুমি আকৌ জন্ম লোৱা 🙏
11 months ago | [YT] | 5
View 0 replies
MUKUL SAIKIA Production official
নতুন কৈ কেইবাটাও গীতৰ কাম চলি আছে ৰাইজক অৱগত কৰিলোঁ 🙏 আশীৰ্বাদ কৰিব
1 year ago | [YT] | 10
View 0 replies
MUKUL SAIKIA Production official
৭ এপ্ৰিল তাৰিখে শুভ মুক্তি লাভ কৰিব 🙏 ৰাইজে আশীৰ্বাদ কৰিব আৰু মৰম দিব বুলি আশা কৰিলোঁ
1 year ago | [YT] | 14
View 0 replies
MUKUL SAIKIA Production official
নতুন কিবা এটা বিছাৰি 🤟
ৰাইজলৈ এইবাৰ কিবা এটা দিম।
কিবাকে কিবা কৰিব আৰু 🙏 কৃঞ্চ 🫶
1 year ago | [YT] | 11
View 0 replies
Load more