Time8 is a Digital News Platform from the Northeast. Ushering a revolution in the region in terms of dedicated newsgathering, unbiased and fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists.


TIME8 News

৩০ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত- ৱেষ্টইণ্ডিজৰ ODIমেচ

12 hours ago | [YT] | 56

TIME8 News

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

15 hours ago | [YT] | 60

TIME8 News

📌'পথাৰকান্দিত ২৫৬বিঘা মাটিত নতুনকৈ স্থাপন হ'ব কৃষি মহাবিদ্যালয়'

16 hours ago | [YT] | 73

TIME8 News

ৰাজ্যৰ চাহ শ্রমিকসকললৈ ভাল খবৰ

16 hours ago | [YT] | 22

TIME8 News

📌'নৱেম্বৰৰ ভিতৰত সম্পন্ন হ'ব সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদ, মিচিং, স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন'
📌'নিৰ্বাচনত ব্যৱহাৰ কৰা নহয় কোনো ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন'
📌ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

16 hours ago | [YT] | 17

TIME8 News

ৰাজ্যৰ ১৬৬জন অস্থায়ী কৰ্মচাৰীক চৰকাৰী PAY SCALEত অন্তৰ্ভূক্ত কৰা হ'বঃ মুখ্যমন্ত্রী

16 hours ago | [YT] | 23

TIME8 News

📌দুর্গা পূজাৰ বাবে ৫দিন বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে।
📌১৭ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ পূজাৰ বন্ধ ঘোষণা।

17 hours ago | [YT] | 34

TIME8 News

অক্টোবৰ মাহত দাইল আৰু চেনী ১০৫ টকাৰ সলনি ১০০ টকাতে লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়েঃ মুখ্যমন্ত্রী

17 hours ago | [YT] | 8

TIME8 News

📌অৰুণোদয় হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰীৰ পূজাৰ বোনাচ।
📌অক্টোবৰত ১২৫০ টকাৰ পৰিৱৰ্তে লাভ কৰিব ১৫০০ টকা।

17 hours ago | [YT] | 101

TIME8 News

📌মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত কেবিনেট বৈঠক
📌ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰাৰ সম্ভাৱনা

17 hours ago | [YT] | 16