RT Speech YouTube Channel লৈ আপোনালোকক আন্তৰিক স্বাগতম।

মই YouTuber নহয়। মই এজন সামাজিক কৰ্মকৰ্তা আৰু বিশিষ্ট শিক্ষাবিদ হিচাপে সমাজ, শিক্ষা আৰু নতুন প্ৰজন্মৰ উন্নয়নৰ বাবে ভৱিষ্যতে কাম কৰাৰ মোৰ সপোন আছে অসমবাসী ৰাইজ।

এই চেনেলত আমি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়,
অনুপ্ৰেৰণামূলক বক্তব্য, শিক্ষামূলক তথ্য, সফল ব্যক্তিৰ জীৱনী, সাধাৰণ জ্ঞান, ইতিহাস, সমাজ, সংস্কৃতি আৰু সাম্প্ৰতিক বিষয়সমূহ সহজ আৰু বোধগম্য ভাষাত উপস্থাপন কৰোঁ।

আমাৰ লক্ষ্য হৈছে জ্ঞান, প্ৰেৰণা আৰু ইতিবাচক চিন্তাধাৰা প্ৰতিজন দৰ্শকৰ ওচৰলৈ লৈ যোৱা।
যদি আপুনি এনে তথ্যসমৃদ্ধ আৰু উপযোগী video চাব বিচাৰে, তেন্তে RT Speech YouTube চেনেলটো Subscribe কৰক আৰু নতুন ভিডিঅ'ৰ আপডেট পাবলৈ Bell আইকনটো on কৰি ৰাখক।
ধন্যবাদ। 🙏



Rt speech

মিচিং সকলৰ স্বায়ত্বশাসন Sixth Sehedule video মিচিং জনগোষ্ঠীৰ বাবে

4 months ago | [YT] | 5