TGL Awazz is an authentic news channel based in Assam, dedicated to providing the latest news and updates on the Tea Tribes Community, Assam Tea Gardens, and various organizations in Assam. We cover a wide range of topics including current affairs.

অসমৰ চাহ জনজাতি সম্প্ৰদায়, অসম চাহ বাগিচা, আৰু অসমৰ বিভিন্ন সংগঠনৰ শেহতীয়া খবৰ আৰু আপডেট প্ৰদানৰ বাবে উৎসৰ্গিত অসমৰ এটা প্ৰামাণিক নিউজ চেনেল টি জি এল আৱাজ। আমি সাম্প্ৰতিক পৰিস্থিতিকে ধৰি বহুতো বিষয় সামৰি লওঁ।



TGL Awaaz

📌 কলিয়াবৰ মহাবিদ্যালয়ৰ আছু গোটৰ বাৰ্ষিক অধিৱেশনত নতুন দায়িত্ব লাভ আবিদুৰ আলিৰ। 🎓

আছু গোটৰ বাৰ্ষিক অধিৱেশনত কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব লাভ কৰে আবিদুৰ আলিয়ে। এই নতুন দায়িত্বৰ বাবে তেওঁলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। 💐

#Kaliabor8 #NewsUpdate #LatestNews #TodayNews #ABIDURALI #AASU #KaliaborCollege

1 month ago | [YT] | 2

TGL Awaaz

📢 নগাঁৱৰ নতুন জিলা আয়ুক্ত হিচাপে অৰন্যক শইকীয়া নিযুক্তি

অসম চৰকাৰে অৰন্যক শইকীয়াক নগাঁও জিলাৰ নতুন জিলা আয়ুক্ত (District Commissioner) হিচাপে নিযুক্তি প্ৰদান কৰিছে। নতুন দায়িত্বত তেওঁ নগাঁও জিলাৰ প্ৰশাসনিক ব্যৱস্থাক অধিক সুদৃঢ় কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

✨ নতুন দায়িত্বৰ বাবে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

#Nagaon #Assam #DistrictCommissioner #AranyakSaikia #AssamNews #NagaonNews

1 month ago | [YT] | 3

TGL Awaaz

#KALIABOR || কলিয়াবৰ সমজিলাৰ নতুন আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ IAS তেজশ অৰিহোত্ৰীৰ। 🇮🇳

নৱনিযুক্ত আয়ুক্তগৰাকীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। 💐
তেখেতৰ নেতৃত্বত কলিয়াবৰ সমজিলাই উন্নয়ন আৰু জনসেৱাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। 🙏✨

#Kaliabor #IAS #NewsUpdate #AssamNews #KaliaborNews #LatestNews

1 month ago | [YT] | 1

TGL Awaaz

📰 কলিয়াবৰ জিলা সাংবাদিক সংস্থাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

কলিয়াবৰ জিলা সাংবাদিক সংস্থাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে অহা ৮ ছেপ্টেম্বৰত নলতলিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ ওজাপা দিন উদযাপন কৰা হ’ব।

📍 স্থান: নলতলি, কলিয়াবৰ
📅 তাৰিখ: ৮ ছেপ্টেম্বৰ, ২০২৬

#Kaliabor #JournalistsAssociation #BhupenHazarika #AssamNews #NewsUpdate #KaliaborNews

1 month ago | [YT] | 1

TGL Awaaz

“বৃহৎ সুখবৰ! ১ এপ্ৰিলত শ্ৰমদান নকৰাকৈ চাহ বাগিচাৰ শ্রমিকসকলে লাভ কৰিব দৈনিক মজুৰি |

6 months ago | [YT] | 2

TGL Awaaz

জিতেন জিত গড় কলিয়াবৰ সমষ্টিৰ বিধায়ক হ'ব পাৰিব নে ?

আপুনি কি ভাৱে?
কমেণ্ট কৰি জনাওক !

6 months ago | [YT] | 4

TGL Awaaz

#NEWS || আজি ২৬ মাৰ্চ তাৰিখে মিছা, কেলিডেন, হাতী গাঁও চাহ বাগিছাত " অসম চাহ জনজাতি ছাত্র সন্থা " নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰ শাখা সমিতি তথা মিছা উপ-শাখা সমিতি ও শ্রমিক ৰাইজৰ সহযোগত সজাগতা সভা |

6 months ago | [YT] | 2

TGL Awaaz

NOTICE!
🎓 Admission Open 2026
🚨 Opportunity for 10th, 12th, Graduate Students
🌍 Global Academy 🌟
📚 Other Courses Available:
💻 Computer Courses (Includes Internet Data Free)

Enroll Now!
For more information, call us at 7638010004 or visit Our website www.shankarcomputerinstitute.org
Email : instituteshankarcomputer@gmail.com

Regards,
Shankar Computer Institute
Missa, Nagaon, Assam – 782138
📞 Contact: +91-9707734874

6 months ago | [YT] | 1

TGL Awaaz

✨ Eid Mubarak! May your heart be filled with peace, your home with joy, and your life with endless blessings. 🌙🤍

#EidMubarak #Blessings #PeaceAndJoy #Gratitude #FestiveVibes #EidCelebration #StayBlessed

6 months ago | [YT] | 1

TGL Awaaz

#IPL2026 || Rajasthan Royals (RR) unveiled their new jersey for the upcoming Indian Premier League (IPL) season on Wednesday (March 18) in Jaipur. 

#RajasthanRoyals #Jersey #IPL2026 #tglawaaz #Jaipur

6 months ago | [YT] | 1