Hello বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে মোৰ channel লৈ স্বাগতম জনাইছো ৷ এই channel টোৰ জৰিয়তে বিভিন্ন শিক্ষামূলক video লাভ কৰিব পাৰিব ৷
১) ইংৰাজী শিকাৰ কৌশল
২) সদায় ব্যৱহাৰ হোৱা ইংৰাজী বাক্যবোৰ
৩) সাধাৰণ জ্ঞান GK (সকলো বিষয়ৰ ওপৰত )
৪) অসম আৰু ভাৰতৰ তথ্য
৫) বিভিন্ন দেশৰ তথ্য
৬) সাম্প্ৰতিক সময়ৰ GK
৭) motivation কাহিনী ( গল্প আকাৰত )
৮) আৰু লগতে জানিবলগীয়া বিভিন্ন video ৷
video বোৰ ভাল লাগিলে share , like, comments কৰিব ৷
channel টো subscribe কৰি লব যাতে সকলো video বোৰ পাই থাকে ৷
Please subscribe
#Assamses gk # assamese video#motivational story# information# education#learn english # assamese video #অসমীয়া #math # shorts #reels #viral #শিক্ষা
Cantract me for collabation
To grow together
whatsapp no - 7399251156
bhuban teaching zone
প্ৰশ্ন: অৰ্জুনে কোন দেৱতাৰ পৰা পিনাক অস্ত্ৰ লাভ কৰিছিল?
15 hours ago | [YT] | 71
View 3 replies
bhuban teaching zone
প্ৰশ্ন: কৰ্ণৰ গুৰু পৰশুৰামে তেওঁক কিয় অভিশাপ দিছিল?
1 day ago | [YT] | 129
View 2 replies
bhuban teaching zone
প্ৰশ্ন: অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ পত্নী কোন আছিল?
2 days ago | [YT] | 181
View 15 replies
bhuban teaching zone
প্ৰশ্ন: কুৰুক্ষেত্ৰ যুদ্ধত ভীষ্মই কিমান দিন যুদ্ধ কৰিছিল?
3 days ago | [YT] | 126
View 8 replies
bhuban teaching zone
প্ৰশ্ন: অৰ্জুনে স্বৰ্গলৈ গৈ কাৰ পৰা অস্ত্ৰশিক্ষা লাভ কৰিছিল?
4 days ago | [YT] | 162
View 5 replies
bhuban teaching zone
প্ৰশ্ন: ভীষ্মৰ পিতৃ কোন আছিল?
5 days ago | [YT] | 189
View 6 replies
bhuban teaching zone
প্ৰশ্ন: শ্ৰীকৃষ্ণৰ ৰাজধানী হিচাপে কোনখন নগৰ পৰিচিত আছিল?
6 days ago | [YT] | 200
View 4 replies
bhuban teaching zone
প্ৰশ্ন: কৰ্ণক কোনে বধ কৰিছিল?
1 week ago | [YT] | 221
View 14 replies
bhuban teaching zone
প্ৰশ্ন: ভগৱান শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ কোন আছিল?
1 week ago | [YT] | 169
View 8 replies
bhuban teaching zone
প্ৰশ্ন: ভীমৰ পিতৃ কোন দেৱতা আছিল
1 week ago | [YT] | 205
View 8 replies
Load more