Production of Itihash Theatre

This is a Official Youtube Channel of ইতিহাস থিয়েটাৰ 🎭


Production of Itihash Theatre

আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰি ২০২৭-২৮ নাট্যবৰ্ষৰ বাবে আমাৰ প্ৰস্তুতি । অভিজিত ভট্টাচাৰ্য দেৱৰ ৰচনা আৰু পৰিচালনাৰে #ইতিহাস_থিয়েটাৰ মঞ্চত দেখিবলৈ পাব #মদাহী

12 hours ago | [YT] | 58

Production of Itihash Theatre

জীৱন-যৌৱনৰ সকলো ৰং হেৰুৱাই কেৱল নিচাৰ পৃথিৱীতে উটি-ভাঁহি যোৱা সেই মানুহজনৰ সমাজত চিনাকি এটাই - তেওঁ মদাহী । সেই মদাহী লোকজনে হঠাতে বিচাৰি পালে জীয়াই থকাৰ অনন্য প্ৰেৰণা, মৰম দিয়া-লোৱাৰ নতুন সুযোগ তথা অন্যায়ৰ সৈতে যুঁজাৰ এক নতুন অস্ত্ৰ । সেই লোকজনৰ আঙুলিত ধৰিয়েই ২০২৭-২৮ নাট্যবৰ্ষত ইতিহাস থিয়েটাৰে নিবেদন কৰিব অভিজিত ভট্টাচাৰ্য ৰচিত-পৰিচালিত নাট- 'মদাহী' ।
মহাতাৰকা যতীন বৰাৰ নেতৃত্বত আৰু বলিষ্ঠ অভিনেত্ৰী সুকণ্যা ৰাজগুৰুৰ মোহমায়াত আচ্ছন্ন হ'ব ইতিহাস থিয়েটাৰৰ মঞ্চ ।

#ItihashTheatre #ItihashTheatre2027_28 #JatinBora #SukanyaRajguru

12 hours ago | [YT] | 95

Production of Itihash Theatre

মাজত আৰু মাত্ৰ ১টা দিন ✨

#Kabuliwala #AssameseDrama #ItihashTheatre #ItihashTheatre2026_27 #Ganeshguri

2 days ago | [YT] | 91

Production of Itihash Theatre

তেখেত আছিল, আছে আৰু থাকিব চিৰদিন, চিৰপ্ৰবাহমান হৈ ❤️
১৯৭২ - ♾️

#ZubeenGarg #ZGForever #JoiZubeenDa

6 days ago | [YT] | 342

Production of Itihash Theatre

বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা! 🌸

1 week ago | [YT] | 113

Production of Itihash Theatre

গণপতিৰ আশীৰ্বাদত সকলোৰে জীৱন আনন্দ আৰু হাঁহিৰে ভৰি পৰক। আপোনাৰ আৰু আপোনাৰ সমগ্ৰ পৰিয়াললৈ গণেশ চতুৰ্থীৰ বহুত বহুত শুভকামনা!

#ItihashTheatre #GaneshChaturti

1 week ago | [YT] | 138

Production of Itihash Theatre

ইতিহাস থিয়েটাৰৰ ২০২৭-২৮ নাট‍্যবৰ্ষৰ ব‍্যয়বহুল আয়োজন ✨

#ItihashTheatre #ItihashTheatre2027_2028

3 weeks ago | [YT] | 181

Production of Itihash Theatre

শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমীৰ শুভক্ষণত আপোনালৈ আৰু আপোনাৰ পৰিয়াললৈ জনালো আন্তৰিক শুভেচ্ছা ।

#ItihashTheatre #KrishnaJanmashtami

3 weeks ago | [YT] | 89