Mon Jai ketiyaba [ মন যায় কেতিয়াবা]

Hi Welcome to My Channel
Don't Forget to subscribe my channel 💗 🙏

@Mon jai ketiyaba
#statusvideo
#shortminivlogs
#short #shortminivlogs #minivlog
#viralvideo #assamese
#trending #shorts
# New song


Mon Jai ketiyaba [ মন যায় কেতিয়াবা]

অসমত আপোনালোকে কি বিচাৰে ?
কিয় বিচাৰে জনাব .....

4 days ago | [YT] | 3

Mon Jai ketiyaba [ মন যায় কেতিয়াবা]

আপুনি কি ভাবে
______
1. জুবিন গাৰ্গক লৈ ৰাজনৈতিক হৈ আছে?
2. জুবিন গাৰ্গক লৈ কিছুমানে সুবিধা লৈছে ?
3 বেলেগৰ বাবে আগবঢ়াই দিয়া চাকি নুমুৱাই সেই চাকিখন জুবিন গাৰ্গৰ নামত জলাই দিয়াটো ভাল হল নে??
3. মায়াবিনী ৰাতিৰ 'জুবিন দিৱসৰ' দিনা ৰাজনৈতিক মুদ্ৰাৰ টোলাটো ভাল হল নে??
4. জুবিন গাৰ্গৰ বাবে কোনোবা এজন গল নে ? ছিংগাপুৰত কি হৈছিল কেনেকৈ হৈছিল ঘটনাটোৰ চাব ? সেই সকল লোকক যিসকল ব্যক্তি যতে মন যাই ৰাজনৈতিক মুদ্ৰা চলাই জুবিন গাৰ্গৰ নামত ।।
5. কেতিয়াবা আপোনালোকৰ মনত নাহে নে জুবিন গাৰ্গৰ নামত এচাম লোকে মন মৰ্জি কৰি আছে ?
6. আলিৰ মাজত জুবিন গাৰ্গৰ নাম লিখাটো ভাল হল নে ? য'ত সকলোৱেই থু খেকা পেলাই , খোজকাঢ়ি জুবিন গাৰ্গৰ নামটো ভৰি দিয়াটো.

1 week ago | [YT] | 4

Mon Jai ketiyaba [ মন যায় কেতিয়াবা]

আপোনালোকৰ কি মতামত comment box খোলা আছে

2 weeks ago | [YT] | 6

Mon Jai ketiyaba [ মন যায় কেতিয়াবা]

আপুনি মোৰ পৰা কেনেধৰণৰ video বিচাৰে

3 weeks ago | [YT] | 6

Mon Jai ketiyaba [ মন যায় কেতিয়াবা]

Upcoming New Assamese song 2026
আশা কৰো সকলোৱে আঁকোৱালি লব

1 month ago | [YT] | 24