Khel Premi Assam

নমস্কাৰ অসমৰ খেলপ্ৰেমী সকল । মই ডিম্পু বৰুৱা - #KhelPremiAssam ইউটিউব চেনেলৰ পৰিচালক । খেল জগতৰ বিভিন্ন খবৰ,বাতৰি এতিয়া এটা নিৰ্দিষ্ট জেগাত নিজৰ ভাষা অসমীয়াত । অলিম্পিক, কমনৱেলথ গেমছ, এছিয়ান গেমছ,FIFA বিশ্বকাপ আদিক সামৰি আমি আন বহুতো খেলৰ খবৰ নিজৰ ভাষা অসমীয়াত প্ৰচাৰ কৰিম । আশা কৰো ভিডিঅ' সমূহ বিয়পাই আপোনালোকে সহায় কৰিব । আমাৰ অন্য এটা চেনেলো আছে যাৰ নাম "Cricket Guru Assam" সেই চেনেলটোত প্ৰায়েই বহুতে কমেন্ট কৰি থাকে যে ক্ৰিকেটৰ ওপৰিও ফুটবল বা আন খেলবোৰৰ কথাও আলোচনা কৰিব লাগে । কিন্তু নামতে ক্ৰিকেট লাগি আছে বাবে আনবোৰ খেলৰ কথাও দিলে খেলি-মেলি হব যেন অনুভৱ হয় সেইবাবে আমি আনবোৰ খেলৰ বাবে "খেলপ্ৰেমী অসম" চেনেলৰ জৰিয়তে আপোনালোকৰ আগত নতুন ৰূপত 🔥 । আশা কৰো আপোনালোকে মৰম দিব,উৎসাহ দিব আৰু ভিডিঅ' সমূহ উপভোগ কৰি উপকৃত হব । খেলজগতৰ কথাবোৰ নিজৰ ভাষা অসমীয়াত থেয়াৰ কৰি বিয়পাব বুলি আশা কৰিলো । জয় আই অসম ।
ডিম্পু বৰুৱা ,Khel Premi Assam .
Instagram :- @dimpu_cga


Khel Premi Assam

😏

1 week ago | [YT] | 1

Khel Premi Assam

পুৱা ১১.৩০ বজাত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ফুটবল টীমৰ মেচ । DAZN নামৰ এপটোত আপোনালোকে বিনামূল্যে লাইভ চাব পাৰিব খেল খন । #IndiaVsNewzealandFootball #IndianFootball

1 week ago | [YT] | 20

Khel Premi Assam

Young Indian Team Vs Pakistan Today .

2 weeks ago | [YT] | 20

Khel Premi Assam

আজি দিনৰ ৩ বজাৰ পৰা SAFF চেম্পিয়নশ্বিপত ভাৰত-পাকিস্তানৰ মেচ । খেল খন চাবলৈ আপোনালোকে Playstoreৰ পৰা VETO App ডাওনলড কৰি লব । তাত ফ্ৰী হব । #SAFFCup #IndianFootball

2 weeks ago | [YT] | 21

Khel Premi Assam

বেলন ডিঅ'ৰৰ যু‍ঁজত এমবাপে জিকা হলে ভাল পালো হেতেন কিন্তু হেৰী কেইন আৰু লামীন য়ামালহে আগত আছে বুলি বিশেষজ্ঞসকলৰ ফালৰ পৰা কোৱা হৈছে । শেহতীয়াকৈ জিকা ট্ৰফীৰ হিচাপ কৰিলে য়ামালৰ হাতত আছে - বিশ্বকাপ আৰু ছুপাৰ কাপ । হেৰী কেইন সকলোতকৈ আগত আছে বুলি কোৱা হৈছে । তেওঁ বুন্দেছলীগা আৰু DFB-Pokal জিকাৰ লগতে চেম্পিয়নছ লীগৰ Top Scorer আছিল , ইউৰোপত সৰ্বাধিক গ'ল মাৰি European Golden Shoe পাইছিল আৰু লগতে জাৰ্মানী শ্ৰেষ্ঠ খেলুৱৈ জাৰ্দ মুলাৰ ট্ৰফীও জিকিছিল । সেইফালৰ পৰা চাবলৈ গলে HARRY KANE CLEAR WINNER ..... এমবাপে বিশ্বকাপৰ গ'ল্ডেন বুট বিজয়ী বাকী একো নাই , আনহাতে মেছী বিশ্বকাপ ৰানাৰ্ছ আপ দলৰ সদস্য লগতে MLS বিজয়ী । এই সকলো বোৰৰ ওপৰত HARRY KANE এইবাৰ আচৰিতভাৱে ভাৰী । #BallonDor #HarryKane #Yamal #Messi #Mbappe

4 weeks ago | [YT] | 26

Khel Premi Assam

ইচ্ছুক সকলে কমেন্টৰ লিংকত গৈ meeshoৰ পৰা লব পাৰে ! (এইটো এটা বিজ্ঞাপন - Add)

1 month ago | [YT] | 39

Khel Premi Assam

ইচ্ছুক সকলে কমেন্টৰ লিংকত গৈ meeshoৰ পৰা লব পাৰে ! (এইটো এটা বিজ্ঞাপন - Add)

1 month ago (edited) | [YT] | 25

Khel Premi Assam

IFA SHIELDৰ নিজৰ শেষ গ্ৰুপ মেচত মোহনবাগানৰ বিৰুদ্ধে নামিব NEUFC । Fancodeত লাইভ সম্প্ৰচাৰ । আমাৰ চেনেলত POST MATCH আলোচনা লাভ কৰিব #NEUFC #IFASHIELD

1 month ago (edited) | [YT] | 86

Khel Premi Assam

IFA SHIELDত আজি নামিব NEUFC ... FANCODEত লাইভ হব । আমাৰ চেনেলত POST MATCH আলোচনা লাভ কৰিব #NEUFC #IFASHIELD

1 month ago (edited) | [YT] | 107

Khel Premi Assam

আজি নিশা ৭.৩০ বজাত ভাৰতীয় ফুটবল দলৰ সন্মুখত বিশ্বকাপ খেলা টীম পানামা । #IndiaVsPanama #IndianFootball

2 months ago | [YT] | 34