DD News Assamese 

অসমৰ প্ৰথমটো চেনেল,অসমৰ আপোন চেনেল
News, reels, and inspiration—your window to Assam and the Northeast.
(Official Youtube page of DDNews Assam)
Do follow for lahe lahe updates!






DD News Assamese

📌জাহিৰ খানক চেন্নাই ছুপাৰ কিংছৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি৷
📌IPL ২০২৭ৰ পৰা দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেগী বলাৰগৰাকীয়ে৷

#ZaheerKhan #ChennaiSuperKings #CSK #headcoach #ddnewsassamese #ddnewsassam

5 hours ago | [YT] | 51

DD News Assamese

#RememberingZubeenGarg I জুবিন গাৰ্গে কৈছিল, "কিছুমান মানুহ টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী।"

#ZubeenGarg #Zubeen #zubeendaa #zubeengargmusic #ZG #heartthrob #singer #BelovedZubeen #assamesesinger #LegendarySinger #legend #assam #guwahati #assamese #ddnewsassam #ddnewsassamese

8 hours ago | [YT] | 372

DD News Assamese

📌নগাঁৱত অৱস্থিত মহা মৃত্যুঞ্জয় মন্দিৰ…

#MahaMrityunjayTemple #Nagaon #lordshiva #ddnewsassam #ddnewsassamese

8 hours ago | [YT] | 526

DD News Assamese

📷 @ photo_holic_doctor
📌আপুনি তোলা ফটোখন প্ৰকাশ হোৱাতো বিচাৰে নেকি ‘ডীডী নিউজ অসম’ত
📌তলত উল্লেখিত মেইলত শ্বেয়াৰ কৰক আপোনাৰ ফটোগ্ৰাফ- goodnewsaxom@gmail.com
📌শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম প্ৰ’ফাইল
📌আমালৈ পঠিওৱাৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ, ২০২৬

#ddnewsassam #naturephotography #photofeature #assamphotography #assamphotographers #photographyassam #assam #guwahati #assamese #northeastindia #northeastphotography #photographersofindia #photographyindia #photocontest #photographerscommunity

10 hours ago | [YT] | 10

DD News Assamese

📌গুৱাহাটীৰ জ্যোতিৰ্ময়ী মহন্তই পেঞ্চনৰ সাঁচতীয়া ১ লাখ টকা 'মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি'লৈ আগবঢ়ায়।
📌সামাজিক মাধ্যমযোগে সদৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

#HimantaBiswaSarma #CMReliefFund #Guwahati #Assam #AssamNews #SocialResponsibility #Humanity #PensionSavings #Contribution #ddnewsassam #ddnewsassamese

12 hours ago | [YT] | 93

DD News Assamese

📌এছিয়ান গেমছ ২০২৬-ত ব্ৰঞ্জৰ পদক লাভ সুচিকা তাৰিয়ালৰ।
📌মহিলাৰ ৬০ কেজি শাখাৰ MMAত সুচিকাৰ পদক জয়।
📌ছেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে ছিংগাপুৰৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত সুচিকা তাৰিয়াল।

#SuchikaTariyal #SuchikaTariyalBronze #AsianGames2026 #AsianGames #MMA #MixedMartialArts #MMAIndia #IndianAthlete #IndianSports #IndiaAtAsianGames #BronzeMedal #ddnewsassam #ddnewsassamese

12 hours ago | [YT] | 25

DD News Assamese

📌"সেই সময় সামৰি, সেই সময় বুকুত সাৱটি আমি এতিয়াও মাথো জীয়াই আছোঁ গ'ল্ডী !!"
📌সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পোষ্ট

#Garimasaikiagarg #ZubeenGarg #Zubeen #zubeengargmusic #ZG #heartthrob #singer #assam #guwahati #BelovedZubeen #legend #assamese #ddnewsassam #ddnewsassamese

13 hours ago | [YT] | 89

DD News Assamese

📌চন্দ্ৰপুৰত আজি আধাৰশিলা স্থাপন কৰা হ'ব ISROৰ Advanced Radar Research Centreৰ
📌প্ৰজেক্ট নেত্ৰৰ অধীনত স্থাপন কৰা হ'ব এই অত্যাধুনিক গৱেষণাগাৰটো
📌সামাজিক মাধ্যমযোগে প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
📌এই গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ক্ষেত্ৰত অসমক নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰীৰ

#NarendraModi #HimantaBiswaSarma #ISRO #AdvancedRadarResearchCentre #ProjectNETRA #Chandrapur #Assam #Guwahati #SpaceResearch #RadarResearch #AdvancedResearch #SpaceTechnology #ISROIndia #AssamDevelopment #ddnewsassam #ddnewsassamese

16 hours ago | [YT] | 91

DD News Assamese

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক পৱিত্ৰ আৱিৰ্ভাৱ তিথি

#SrimantaSankardev #Assam #AssamCulture #ddnewsassam #ddnewsassamese

18 hours ago | [YT] | 155

DD News Assamese

📌নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ মা কামাখ্যা ধাম...

#kamakhyamandir #kamakhyatemple #maakamakhya #Kamakhya #devotees #assam #assamtourism #awesomeassam #assamese #guwahati #ddnewsassamese #ddnewsassam

19 hours ago | [YT] | 781