গণিত বিষয়টি বৰ সুন্দৰ। আপুনি এবাৰ ভালকে নিজৰ ভাষাৰে পঢ়ি বুজি ললে, আপোনাৰ বাবে সদায় সহজ হৈ থাকিব।
#Triangle Education Channel টোৰ সৈতে মাথো এটি সৰু প্ৰয়াস। আপোনালোকৰ গঠনমূলক পৰাৰ্মশ সদায় সেৱাৰে গ্ৰহন কৰিম।
(0 to ♾)
---Dhrubajit Gogoi,M.Sc(Mathematics), B.ed
Qualified Exams - Sr. Instructor, DTE
TET CUM RECRUITMENT (GT)
For business inquiries: dhrubajitgogoi093@gmail.com
Triangle Education
"Triangle Maths Challenge"
প্ৰথম দিন, প্ৰথম প্ৰশ্ন☺️☺️
শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব👇
ইয়াৰ সমাধান ভিডিঅ অহাকালি পাব।
Question 1 / প্ৰশ্ন ১
If the price of petrol increases by 25%, by how much percent must a vehicle owner reduce their consumption so that the expenditure on petrol remains the same?
যদি পেট্ৰ’লৰ মূল্য 25% বৃদ্ধি পায়, তেন্তে এজন বাহনৰ মালিকে ইয়াৰ ব্যৱহাৰ কিমান শতাংশ হ্ৰাস কৰিব লাগিব যাতে পেট্ৰ’লৰ বাবদ হোৱা খৰচ একে থাকে?
A) 20%
B) 25%
C) 16.66%
D) 33.33%
#TriangleMathsChallenge
#MathsinAssamese
#ADRE
#Assampolicemaths
#Triangleeducation
18 hours ago (edited) | [YT] | 1
View 0 replies
Triangle Education
📐 "Triangle Maths Challenge" লৈ আপোনালোক সকলোকে স্বাগতম! 📐
নমস্কাৰ সকলোকে! Triangle Education-লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আমাৰ এটা নতুন ছিৰিজ আৰম্ভ কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ: "Triangle Maths Challenge" — ৩০ দিন, ৩০ টা প্ৰশ্ন!
এই চেলেঞ্জটোৰ বিষয়ে কিছু কথা:
🔥 প্ৰতিদিনে ১ টাকৈ নতুন প্ৰশ্ন: অহা ৩০ দিনৰ বাবে, আমি নিতৌ এটাকৈ আমোদজনক অংকৰ প্ৰশ্ন আপলোড কৰিম।
🧠 গণিতৰ সকলো বিষয় সম্বলিত: এই প্ৰশ্নসমূহ কেৱল জ্যামিতিৰে নহয়, বৰঞ্চ গণিতৰ যিকোনো বিষয়ৰ পৰা হ'ব যাতে আপোনাৰ দক্ষতা সম্পূৰ্ণৰূপে পৰীক্ষা কৰিব পৰা যায়!
💬 অংশগ্ৰহণ কৰক: প্ৰশ্নটো সমাধান কৰক আৰু তলৰ কমেন্ট বক্সত আপোনাৰ উত্তৰটো দিয়ক। চাওঁ আহক কোনে মাহটোৰ শেষত আটাইতকৈ বেছি শুদ্ধ উত্তৰ দিব পাৰে!
- শুদ্ধ উত্তৰটো পিছৰ দিনা Short Video ত পাব।
প্ৰথমটো প্ৰশ্ন কাইলৈ প্ৰকাশ পাব। গতিকে Notification বুটামটো ON কৰি ৰাখিবলৈ নাপাহৰিব! 🔔
আহক আমি সকলোৱে মিলি একেলগে গণিত শিকো, অভ্যাস কৰো আৰু এই চেলেঞ্জটো সফল কৰি তোলোঁ! 💪
#TriangleEducation #MathsChallenge #AssamEducation #MathsInAssamese
1 day ago | [YT] | 2
View 0 replies
Triangle Education
নতুন ভিডিঅ' আপলোড কৰা হৈছে! 🚨
আপুনিও Assam Police, APSC বা ADRE 2026 Exam ৰ বাবে প্ৰস্তুতি চলাই আছে নেকি? শতাংশ (Percentage) ৰ অংকসমূহ পৰীক্ষাত কম সময়ত কেনেকৈ সমাধান কৰিব পাৰি, তাৰ বাবে এটা অতি সহজ Shortcut Trick এই ভিডিঅ'টোত আলোচনা কৰা হৈছে।
ভিডিঅ'টো এতিয়াই সম্পূৰ্ণকৈ চাওক আৰু কম সময়তে অংক সমাধান কৰিবলৈ শিকক! 👇
[ https://youtu.be/Fnaemv5uOkE ]
ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু Homework ৰ উত্তৰটো কমেন্ট কৰিবলৈ নাপাহৰিব! 📚✨
4 days ago | [YT] | 1
View 0 replies
Triangle Education
8 ÷ 2 ( 2 + 2) = ?
শুদ্ধ উত্তৰটো জানিব বাবে তলৰ Short Video টো চাব পাৰে।👇
youtube.com/shorts/x3jtu5FkFQ...
5 days ago | [YT] | 0
View 0 replies
Triangle Education
Question: Which district of Assam is the mega industrial project "Project Kamakhya" (an ₹11,000-crore investment by JK Lakshmi Cement) located in?
জে কে লক্ষ্মী চিমেন্টৰ (JK Lakshmi Cement) ১১,০০০ কোটি টকীয়া বিনিয়োগৰ মেগা ঔদ্যোগিক প্ৰকল্প "প্ৰজেক্ট কামাখ্যা" অসমৰ কোনখন জিলাত অৱস্থিত?
6 days ago | [YT] | 1
View 0 replies
Triangle Education
তলৰ কোনটো এটা অপৰিমেয় সংখ্যা (Irrational number)?
6 days ago | [YT] | 2
View 0 replies
Triangle Education
What is the sum of the first 40 positive odd numbers?
প্ৰথম 40 টা ধনাত্মক অযুগ্ম সংখ্যাৰ যোগফল কিমান? Short trick জানিব বাবে👇
https://youtu.be/KJFnAtuCVkg
1 week ago | [YT] | 0
View 0 replies
Triangle Education
Missing Term in Alphabet Series (লুপ্ত বৰ্ণ নিৰ্ণয়)
Question: Find the next term in the given series:
তলত দিয়া শৃংখলাটোৰ পৰৱৰ্তী বৰ্ণটো কি হ’ব?
B, D, G, K, P, ?
A) T
B) U
C) V
D) W
1 week ago | [YT] | 2
View 2 replies
Triangle Education
আপোনালোকে প্ৰতি সপ্তাহৰ বুধবাৰ,শুক্ৰবাৰ,দেওবাৰ আৰু মংগল বাৰে আমাৰ Channel ত নতুন Video পাব।
https://youtu.be/CMZS5QqLhNc?si=J3i7N...
1 week ago | [YT] | 1
View 0 replies
Triangle Education
১ ৰ পৰা ৫০ ৰ ভিতৰত মুঠ কিমানটা মৌলিক সংখ্যা (Prime Numbers) আছে?
শুদ্ধ উত্তৰ আৰু Shortcut Trick জানিবলৈ এই ভিডিঅ'টো চাওক 👉 [https://youtu.be/CMZS5QqLhNc])
1 week ago | [YT] | 1
View 0 replies
Load more