Learn Tantra – Educational channel from Assam.
We cover Govt. job updates, Recruitment notice, Exam preparation tips & info for youths of Assam .
If u like my efforts pls subscribe the channel. ❤️
For any brand promotion or inquiry feel free to contact @
deymanish736@gmail.com


Learn Tantra

Competitive Exam Course কিনাৰ আগতে এবাৰ সাৱধান হওক!
চৰকাৰে যেতিয়াই কোনো এটা Competitive Exam-ৰ Recruitment Announcement কৰে, যেনে GT-PGT TET, ADRE, Assam Police বা আন কোনো Government Recruitment, তেতিয়াই Online Market-ত বিভিন্ন ধৰণৰ নতুন নতুন Course Launch হোৱা আমি দেখিবলৈ পাওঁ।

কোনো Course-ৰ দাম ₹1,200, কোনোবাটোৰ ₹1,600, কোনোবাটোৰ ₹1,450, আকৌ কোনোবাটোৰ দাম ₹2,000 বা তাতোকৈ বেছি।

কিন্তু আপোনালোকক মোৰ এটা কথা ক'ব বিচাৰিছোঁ—Course কিনাৰ আগতে অলপ সাৱধান হওক।

কাৰণ এইখিনি আপোনাৰ কষ্টোপাৰ্জিত পইচা আৰু আপোনাৰ মূল্যৱান সময়।

আমি প্ৰায়ে দেখিবলৈ পাওঁ যে Course Launch কৰাৰ সময়ত বহুতো ডাঙৰ ডাঙৰ Promise কৰা হয়।

কোৱা হয় Daily Class হ'ব, Complete Study Materials দিয়া হ'ব, Regular Mock Test হ'ব, Complete Syllabus Cover কৰা হ'ব।

কিন্তু Course-ত Admission লোৱাৰ পিছত কিছুমান শিক্ষাৰ্থীয়ে সেই প্ৰতিশ্ৰুতি অনুসৰি Regular Classes নাপায়, Study Materials নাপায়, আনকি বহু সময়ত Classes Upload কৰাও বন্ধ হৈ যায়।

আকৌ কোনোবাই কয় 20% Discount, কোনোবাই কয় 50% Discount, কোনোবাই আকৌ Limited Time Offer বুলি আপোনাক Course কিনিবলৈ উৎসাহিত কৰে।

কিন্তু মনত ৰাখিব, Discount দেখিলেই Course ভাল বুলি ধৰি ল'ব নোৱাৰি।

মনত ৰাখিব, সকলো Educational Platform বা Course বেয়া নহয়। বহুতো ভাল শিক্ষক আৰু বিশ্বাসযোগ্য Platform-ও আছে।

কিন্তু কেৱল Advertisement, Discount আৰু ডাঙৰ ডাঙৰ Promise দেখি নিজৰ কষ্টৰ পইচা খৰচ নকৰিব।

আপোনাৰ উদ্দেশ্য কেৱল এটা Course কিনা নহয়, আপোনাৰ উদ্দেশ্য হৈছে সঠিক দিশত Preparation লৈ নিজৰ সপোনৰ চাকৰিটো লাভ কৰা।

সেয়েহে Course কিনাৰ আগতে Verify কৰক, Compare কৰক আৰু তাৰ পিছতহে নিজৰ সিদ্ধান্ত লওক।

Be Smart, Be Careful and Choose the Right Course!

13 hours ago | [YT] | 6

Learn Tantra

🪔✨ পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা ✨
এই পোহৰৰ উৎসৱে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু অপাৰ আনন্দ।
দীপাৱলীৰ প্ৰতিটো বন্তিৰ পোহৰে আপোনাৰ জীৱনৰ সকলো দুখ-দুৰ্দশা আঁতৰাই আশাৰ নতুন পোহৰেৰে জীৱন উজ্বলাই তোলক।
আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ জীৱন সুখ, শান্তি আৰু সুস্বাস্থ্যৰে ভৰি পৰক।
🪔 শুভ দীপাৱলী! 🪔

4 days ago | [YT] | 4

Learn Tantra

https://youtu.be/SZUirJa_Mnc
Educational Psychology & Learning Theories MCQ | GT PGT TET 2027 & CTET 2026 | Most Important Questions

5 days ago | [YT] | 6

Learn Tantra

https://youtu.be/WKtYWKezpfI
BTC Recruitment 2026 | GT & PGT Complete Details | Non-BTC Candidates Apply কৰিব পাৰিবনে?

6 days ago | [YT] | 7

Learn Tantra

মই মোৰ চেনেলত কি ভিডিঅ’ আপলোড কৰিম বা নকৰিম, তাৰ বাবে আন কাৰো পৰা অনুমতি বা প্ৰমাণপত্ৰ ল’বলগীয়া প্ৰয়োজন মোৰ নাই। যিহেতু মই এটা ৰাজহুৱা মাধ্যমত চেনেল চলাই আছোঁ, সেয়ে ৰাজহুৱা ডমেইনত থকা তথ্যসমূহ সকলোৰে আগত দাঙি ধৰাটো মোৰ এক নৈতিক দায়িত্ব।

আৰু যিসকলে ইয়াত আহি বাৰে বাৰে উপদেশ দি থাকে— “এইবোৰ ভিডিঅ’ চাই সময় নষ্ট নকৰিবা, পঢ়া-শুনাত মন দিয়া”— ভাই, তোক কোনে কৈছে পঢ়া-শুনা এৰি এই ভিডিঅ’ চাবলৈ? যদি ইমানেই অসুবিধা, মোক চিধা ব্লক কৰি দে আৰু মনোযোগেৰে পঢ়া-শুনা কৰ। যিসকলে সঁচাকৈয়ে পঢ়া-শুনা কৰে, তেওঁলোকে ইউটিউবত সময় অপব্যয় কৰি নাথাকে, কিতাপ লৈ নিজৰ লক্ষ্যত ব্যস্ত থাকে।

প্ৰকৃত প্ৰস্তুতি চলোৱা শিক্ষাৰ্থী কেনেকুৱা হয় যদি চাব বিচাৰ, মোক হোৱাটছএপত মেছেজ দিবি— মোৰ তত্বাৱধানত গ্ৰুপত প্ৰস্তুতি চলাই থকা ৬০০–৭০০ শিক্ষাৰ্থীৰ প্ৰমাণ তোমাক স্ক্ৰিনশ্বটযোগে দেখুৱাই দিম। গতিকে ইয়াত আহি অনাহকত ভাষণ দিয়াৰ কোনো প্ৰয়োজন নাই।

1 week ago | [YT] | 17

Learn Tantra

UPCOMING TET-CUM-RECRUITMENT 2.0 🔥
Child Development Pedagogy লৈ আপুনি কিমানখিনি প্ৰস্তুত?
কেৱল CTET-ৰ প্ৰস্তুতি কৰি TCR 2.0-ৰ CDP সম্পূৰ্ণ হৈ গৈছে বুলি যদি ভাবিছে, তেন্তে আপুনি ডাঙৰ ভুল কৰিছে😁

CTET-ৰ ক্লাছ চাই, YouTube-ৰ পৰা, আৰু কেইটামান MCQ সমাধান কৰি TCR 2.0 cutoff clear koribo ? 😁😁😁
TCR 2.0-ৰ CDP-ত প্ৰতিটো বিষয়ৰ গভীৰ জ্ঞান, ধাৰণাৰ স্পষ্টতা আৰু প্ৰশ্নৰ সঠিক বিশ্লেষণৰ প্ৰয়োজন হ'ব।

মনত ৰাখিব, কেৱল পঢ়ি শেষ কৰাটোৱেই প্ৰস্তুতি নহয়।
পৰীক্ষাৰ দিনা প্ৰকৃত প্ৰস্তুতিৰ পৰিচয় পোৱা যাব।
সেয়ে এতিয়াৰ পৰাই সতৰ্ক হওক।

1 week ago | [YT] | 24

Learn Tantra

The Assam & Its People – By Learn Tantra
আপুনি যদি upcoming exams যেনে ADRE, Assam TET, GT/PGT, Assam Police আৰু APSC CCE-ৰ বাবে preparation কৰি আছে, তেন্তে এই e-bookখন এবাৰ নিশ্চয় চাব পাৰে।

ইয়াত পাব Assam History, Geography, Ancient History, Literature, Art & Culture, important notes আৰু exam-oriented questions। লগতে ADRE 2022, ADRE 2024 আৰু APSC CCE-ৰ Previous Year Questions with Solutions-ও অন্তৰ্ভুক্ত কৰা হৈছে।

💰 Price: মাত্র ₹149

👉 E-Book Link:
peerseek.io/deymanish736/products/Ml3bkn/the-assam…

Learn Tantra

2 weeks ago (edited) | [YT] | 6

Learn Tantra

🌺✨ শুভ বিজয়া! ✨🌺

মা দুৰ্গাৰ আশীৰ্বাদেৰে আপোনাৰ জীৱন সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধিৰে ভৰি পৰক। ❤️🙏

সকলো দুখ-কষ্ট আঁতৰাই নতুন আশা, নতুন সপোন আৰু নতুন সম্ভাৱনাৰে জীৱনটো উজলি উঠক। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ জীৱনলৈ কঢ়িয়াই আনক অফুৰন্ত আনন্দ আৰু সফলতা।

💐 শুভ বিজয়াৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 💐

— Learn Tantra 📚❤️

#শুভবিজয়া #SubhoBijoya #LearnTantra #DurgaPuja #BijoyaDashami

3 weeks ago | [YT] | 7

Learn Tantra

Happy Durga Puja to all

3 weeks ago | [YT] | 6