নমস্কাৰ অসমৰ ক্ৰিকেট অনুৰাগী সকল । মই ডিম্পু বৰুৱা - #CricketGuruAssam ইউটিউব চেনেলৰ পৰিচালক । ক্ৰিকেটৰ বিভিন্ন খবৰ,বাতৰি,কাহিনী তথা ক্ৰিকেট বিশ্লেষণ নিজৰ ভাষা অসমীয়াত ভিডিঅ' আকাৰত প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে এই চেনেলটো খোলা হৈছে । আশা কৰো আপোনালোকে মৰম দিব,উৎসাহ দিব আৰু ভিডিঅ' সমূহ উপভোগ কৰি উপকৃত হব । লগতে আপোনাৰ চিনাকি অসমীয়া ক্ৰিকেট প্ৰেমী ব্যক্তিকো ভিডিঅ'বোৰ ছেয়াৰ কৰি মোক আগুৱাই যোৱাত উৎসাহ দিব ।
#CricketGuruAssam ইউটিউব চেনেলৰ উপৰিও ফেচবুক পেজ হিছাপেও উপলব্ধ । গতিকে অসমৰ ক্ৰিকেটপ্ৰেমী ৰাইজে ক্ৰিকেটৰ বিভিন্ন কথা-বতৰা,কাহিনী, খবৰ আদি নিজৰ ভাষা অসমীয়াত জানিবৰ বাবে ইউটিউবত চাবছক্ৰাইব কৰিব "Cricket Guru Assam" আৰু লগতে আমাৰ ফেচবুক পেজ "ক্ৰিকেট গুৰু অসম" লাইক কৰিবলৈ নাপাহৰিব । লগতে ইনষ্টাগ্ৰাম পেজ @cricket_guru_assam follow কৰি ইনষ্টাগ্ৰামতো খবৰ-বাতৰিড পাই থাকিব । ক্ৰিকেটৰ কথাবোৰ নিজৰ ভাষা অসমীয়াত বিয়পাৱক । জয় আই অসম ।
ডিম্পু বৰুৱা ,Cricket Guru Assam Network,Assam .
Instagram :- @Cricket_Guru_Assam .
Cricket Guru Assam
CSKৰ নতুন প্ৰশিক্ষক জাহীৰ খান 💛#ZaheerKhan #CSK #ChennaiSuperKings #IPL2027
15 hours ago | [YT] | 413
View 10 replies
Cricket Guru Assam
আজি এছিয়ান গেমছত ভাৰত দুটা পদক জয় , লগতে বিভিন্ন ঠাইত জয় । সবিশেষ আলোচনা #AsianGames #AsianGames2026 #TeamIndia #AsianGamesCricket
1 day ago | [YT] | 14
View 0 replies
Cricket Guru Assam
ছেফালী বাৰ্মা 🔥🏏 #shefaliVerma #IndiaVsBangladesh #AsianGamesCricket #AsianGames #IndianCricket
1 day ago | [YT] | 487
View 2 replies
Cricket Guru Assam
পুৱা ১০ বজাৰ পৰা এছিয়ান গেমছৰ মহিলা ক্ৰিকেটত ভাৰত-বাংলাদেশৰ ছেমি ফাইনেল মেচ । ভাৰত জয়ী হোৱাৰ অৰ্থ ফাইনেল পোৱাৰ লগতে মেডেল নিশ্চিত হোৱা । #AsianGamesCricket #AsianGames #AsianGames2026 #IndiaVsBangladesh
2 days ago | [YT] | 176
View 0 replies
Cricket Guru Assam
অমৰ জুবিন দা 🙏 সদায়েই জীয়াই আছে আৰু জীয়াই থাকিব জুবিন দা 🙏❤️ #ZubeenGarg
2 days ago | [YT] | 436
View 9 replies
Cricket Guru Assam
আফগানিস্তানৰ বিৰুদ্ধে অভিষেক শৰ্মাৰ বিষ্ফোৰক শতকীয় ইনিংছ #AbhishekSharma #IndiaVsAfghanistan #INDvsAFG #INDvAFG #T20Cricket #IndianCricket #AfghanistanCricket
4 days ago | [YT] | 574
View 12 replies
Cricket Guru Assam
IND VS AFG LIVE COMMENTARY
4 days ago | [YT] | 5
View 0 replies
Cricket Guru Assam
এছিয়ান গেমছৰ ক্ৰিকেটৰ দললৈ ভিপৰাজ নিগম #ViprajNigam #VarunChakravarthy #AsianGamesCricket
5 days ago | [YT] | 380
View 1 reply
Cricket Guru Assam
মহিলা এছিয়া কাপৰ ফাইনেলত মোহছীন নকভীৰ পৰা ট্ৰফী নোলোৱাৰ বিষয়ত BCCI সচীব দেৱজিৎ শইকীয়াৰ মন্তব্য 🇮🇳🏏 #mohsinnaqvi #devajitsaikia #WomensAsiaCup #TeamIndia #BCCI #CricketGuruAssam
1 week ago | [YT] | 608
View 6 replies
Cricket Guru Assam
ভাৰতৰ বিৰুদ্ধে T20ৰ আগত জাপানৰ অধিনায়কৰ মন্তব্য #JapanCricket #IndiaVsJapan #IndiaVsJapanT20
1 week ago | [YT] | 528
View 15 replies
Load more