Kumar Swarna Musical 

NAME - KUMAR SWARNA
Vill+ po - chiponsila dist- bongaigaon
Assam
I am a singer, music composer, actor , Lyricist, Filmmaker, Music Director


Kumar Swarna Musical

Mon Potharot | Assamese 4K video song | Kumar Swarna | Anurag Sharmah | Prerana Das
https://youtu.be/oX940lbW4kc
Finally Out now
অবশেষত মোৰ আমাৰ মৰমৰ
“মন পথাৰত” গীতটিৰ “audio” আৰু “video “মোৰ ইউটিউৱ চেনেলটিত শুভমুক্তি দিয়া হ’ল গতিকে আপোনালোক সকলোৰে পৰা মৰম, সহাৰিৰ লগতে আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে ব‍্যস্ততাৰ মাজটো পাৰিলে অকনমান সময় উলিয়াই মোৰ আমাৰ গীতটি উপভোগ কৰিব বুলি আশা কৰিলোঁ। যদি গীতটি উপভোগ কৰে তেন্তে গীতটি উপভোগ কৰি কেনেকুৱা পায় আমাক জনাব যদি গীতটি ভাল পায় তেন্তে “Like, Comment, share”আৰু মোৰ ইউটিউৱ চেনেলটি “subscribe”কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলো ধন‍্যবাদেৰে মই স্বৰ্ণ।🙏

2 months ago | [YT] | 7

Kumar Swarna Musical

Mon potharot 🎬
আহি আছে
অহাকালি আবেলি 5.00pm ত
আপোনালোক সকলোৰে পৰা মৰম আশীৰ্বাদ বিচাৰিছোঁ।

2 months ago | [YT] | 23

Kumar Swarna Musical

আপোনালোকৰ মাজত অহা ২ আগষ্ট
তাৰিখেই আহি আছে দেই ৰাইজ ।
Audio আৰু video ৰ সৈতে
মন পথাৰত🎬🎵

2 months ago | [YT] | 12

Kumar Swarna Musical

Premor Cycle | Assamese 4K Video Song | Kumar Swarna | Dharitree Dutta | Dipkesh Borgohain
https://youtu.be/1HMxS9nxj50

Finally Out Now অবশেষত মোৰ “প্ৰেমৰ চাইকেল” গীতটিৰ ভিদিও আহি গ’ল আপোনালোক সকলোৱে গীতটি শুনিব আৰু উপভোগ কৰিব বুলি আশা কৰিলোঁ গীতটি যদি ভাল লাগে তেন্তে আন আত্মীয় জনকো চেয়াৰ কৰি শুনাব বুলি আশা কৰিলোঁ ।
ধন‍্যবাদেৰে মই স্বৰ্ণ 🙏

2 months ago | [YT] | 2

Kumar Swarna Musical

প্ৰথমে সকলোলৈ নমস্কাৰ🙏
আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অহা বৃহস্পতি বাৰ অৰ্থাৎ ইংৰাজী জুলাই মাহৰ 16 তাৰিখে আবেলি 4.30 বজাত আমাৰ বহুদিন অপেক্ষিত “প্ৰেমৰ চাইকেল “ শীৰ্ষক গীতটি
ভিদিও সহকাৰে মোৰ ইউটিউৱ চেনেল ~
KUMAR SWARNA MUSICAL
চেনেলটিত শুভমুক্তি দিয়া হ’ব গতিকে আপোনালোকৰ পৰা আমি মৰম আশীৰ্বাদ বিচাৰিছোঁ। আশা কৰিছোঁ গীতটি উপভোগ কৰি আমাক আগবাঢ়ি যাবলৈ সহায় কৰে যেন ।
ধন‍্যবাদেৰে “প্ৰেমৰ চাইকেল”
টিম্ লগতে মই 🙏
#followers
#nonfollowers
#hightlights
#assamesevideosong
#viralposts
#trendingsong

2 months ago | [YT] | 24

Kumar Swarna Musical

প্ৰেমৰ চাইকেল
Premor cycle 🚲
Coming 🔜
বহুবছৰ আগতেই শুভমুক্তি দিয়াৰ কথা আছিল যদিও দুৰ্ভাগ‍্যক্ৰমে কিছুমান কাৰণত আমি দিব নোৱাৰিলো।
এতিয়া গীতটি আমি ভিদিও সম্পাদনা
সম্পূৰ্ণ কৰি এই সপ্তাহটোতে আপোনালোকৰ মাজত শুভমুক্তি দিবলৈ সাজু হৈছো
গতিকে আপোনাসৱৰ পৰা অকনমান মৰম
আশীৰ্বাদ বিচাৰিছোঁ।🎬🎞️
গীতটি মই নিজেই কথা সুৰ কৰা কণ্ঠ দান কৰা আৰু গীতটিৰ সংগীত পৰিচালনাৰ লগতে শব্দ সংমিশ্ৰণ Dipkesh Borgohain দাদায়ে কৰা বাঁহী Anjan Medhi দাদায়ে বজাইছে গীতটি MK Digital Studio গুৱাহাটীত বাণীবদ্ধ কৰা হৈছে।
বন্ধু HD Dimpal ৰ নিৰ্দেশনাত ভিদিও সম্পাদনা কৰা হৈছে লগতে Gitartha Pathak ৰ সহায়ত দৃশ‍্যগ্ৰহণ কৰা হৈছে আৰু Dharitree Dutta আৰু মই নিজেই অভিনয় কৰিবলৈ কিছু প্ৰয়াস কৰিছোঁ আৰু গীতটিৰ দৃশ‍্যগ্ৰহণৰ সম্পাদনা সংমিশ্ৰণ HD Dimpal আৰু মই কৰিছোঁ ।আৰু ৰং সংমিশ্ৰণ বন্ধু Amit Choudhury য়ে কৰিছে ।
কুলেন দা, নৰত্তম বৰ্মণ , হিমাংগ ভাইটি, দিপাংকৰ মেধী ভাইটি, দিপজ‍্যোতি চামুৱা ভাইটি , অন্জ্ন ভাইটি , চিত্ৰা মেধী ভন্টি, জীনা দাস ভন্টি, মৃত‍্যুন্জয় ভাইটি আৰু বহুটো কলা কুশলী সকলোৰে সহায় সহযোগিতা আৰু অভিনয়ৰে সৈতে আমাৰ প্ৰেমৰ চাইকেল গীতটিৰ দৃশ‍্যগ্ৰহণ সম্ভৱ হৈ উঠিছে।
শেষত সকলোৰে পৰা মৰম আশীৰ্বাদ বিচাৰিছোঁ।
সকলোৰে মঙ্গল হওঁক ভাল হওঁক ধন‍্যবাদেৰে
মই কুমাৰ স্বৰ্ণ 🙏
KUMAR SWARNA MUSICAL 🎵

2 months ago | [YT] | 19

Kumar Swarna Musical

6 months ago | [YT] | 20

Kumar Swarna Musical

Heri Xunisane Ni | Assamese Wedding song |Kumar Swarna | Banjit Banju X Manashi | Anurag Sarmah
https://youtu.be/vw_j4VRdwXA
হেৰি! শুনিছানে নাই
গীতটি কিছু পলমকৈ শুভমুক্তি দিয়া হ’ব গতিকে আপোনালোকে কিছু অপেক্ষা কৰিব লাগিব॥
🎼🎼🎼

7 months ago | [YT] | 1

Kumar Swarna Musical

আহি আছে দেই ৰাইজ
“ হেৰি! শুনিছানে নাই “
stay 🎵 tune
Coming 🔜
25 February
মোৰ কথা~সুৰ আৰু সংগীতেৰে সমৃদ্ধ লগতে অনুৰাগ শৰ্মাৰ শব্দ সংমিশ্ৰণেৰে আৰু অজয় দাৰ 🎸 আৰু লগতে জ‍্যোতিস্মিত দাসৰ বাঁহী সংগতৰ প্ৰয়াসত আমাৰ মৰমৰ হেৰি শুনিছানে নাই অহা ২৫ ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ মাজত মোৰ Kumar Swarna Musical ইউটিউৱ চেনেলটিত শুভমুক্তি দিবলৈ আগবাঢ়িছোঁ গতিকে আপোনালোকৰ পৰা অকনমান মৰম আশীৰ্বাদ বিচাৰিছোঁ ॥
#newsong
#assameseweddingsong
#nonfollowers
#followers
#hightlights

7 months ago | [YT] | 17