নমস্কাৰ, আমাৰ Channel লৈ স্বাগতম! ❤️
এই চেনেলত আমি AI tools আৰু নিজস্ব creative storytelling ব্যৱহাৰ কৰি অসমীয়া ভাষাত পাৰিবাৰিক, সামাজিক, প্ৰেম, সম্পৰ্ক, আৱেগিক আৰু মনোৰঞ্জনমূলক গল্প প্ৰস্তুত কৰোঁ।
🤖 AI Disclaimer: ভিডিঅ’ প্ৰস্তুত কৰাৰ সময়ত AI-generated visuals, voice বা অন্যান্য AI elements ব্যৱহাৰ কৰা হ’ব পাৰে। ইয়াৰ লগতে গল্পৰ concept, scripting, character development, editing আৰু final presentation-ত আমাৰ নিজস্ব creative effort থাকে।
আমাৰ উদ্দেশ্য হৈছে অসমীয়া দৰ্শকৰ বাবে original, engaging আৰু entertaining storytelling content আগবঢ়োৱা।
❤️ নতুন নতুন অসমীয়া গল্পৰ বাবে Subscribe কৰি আমাৰ সৈতে থাকক!
Krishna
https://youtu.be/Aoirss7oeZ0?si=FQP4V...
1 month ago (edited) | [YT] | 16
View 0 replies