Hello friend মই মন্টুয়ে আপোনালোক সকলোকে মোৰ you tube channel ত স্বাগতম জনাইছো ৷বন্ধুসকল এইটো মোৰ একদম নতুন চেনেল আৰু you tube ৰ জগতত প্ৰথম প্ৰয়াস ৷আশাকৰো আপোনালোকৰ সহাৰি লাভ কৰিম ৷মোৰ এই চেনেলৰ জৰিয়তে মই গাওঁলীয়া জীৱনৰ Daily vlog/অসমৰ বিভিন্ন চাকৰী বা-বাতৰী আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ৷আপোনালোকৰ অকনমান সহায়ে মোক আগুৱাই যোৱাত সহায় কৰিব ৷আনুগ্ৰহ কৰি মোৰ Mr phanchong চেনেলটো Like, Share আৰু Subscribe কৰি লব ৷

#Mrphangchong
mrphangchong
mrphangchong


Mr Phangchong

অহা কাইলৈ পৰা ASSAM POLICE AB & UB ৰ MATCH & REASONING আমাৰ এই Channel ৰ জৰিয়তে প্ৰশ্নোত্তৰ সমূহ কৰা হ’ব ৷আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে মোৰ instagram ত দিব ৷লিংক তলত দিয়া আছে

Link : www.instagram.com/mantumedhii/

5 years ago | [YT] | 4

Mr Phangchong

Congratuation Lavlina Borgohain

5 years ago | [YT] | 6

Mr Phangchong

বহুত বহুত ধন্যবাদ সকলোলৈ ৷০ ৰ পৰা আৰম্ভ কৰি আজি আপোনালোকৰ মৰম স্নেহৰ বাবে ১৫০০ subscriber সম্পূৰ্ণ কৰিব পাৰিছো ৷আপোনালোকৰ মৰম স্নেহ সদায় এনেদৰে পাই থাকিলে এডিন নিশ্চয় ময়ো 100k সম্পূৰ্ণ কৰিব পাৰিম ৷ lots of love u gys❤️❤️🙏

5 years ago (edited) | [YT] | 9

Mr Phangchong

Thank u soo Much
আপোনালোকক কেনেদৰে ধন্যবাদ জনাম মোৰ ভাষা নাই ৷যিসকলে Youtube ত ভিডিঅ’ বনাই তেওঁলোকে গম পাব প্ৰথম 1k (1000) Subscriber হলে কেনেকুৱা অনুভৱ হয় ৷আপোনালোকৰ মৰম চেনেহৰ বাবে এই চেনেলোৱে 0 ৰ পৰা আজি 1k + Subsriber Complete কৰাটো সম্ভৱ হৈছে ৷আপোনোলোকৰ মৰম-স্নেহ আগলৈওঁ এনেদৰে পাম বুলি আশা কৰিলো ৷
কিছু শাৰীৰিক অসুস্থতাৰ বৰবে নতুন ভিডিঅ’ বনোৱা নাই যদিওঁ অতি সোণকালে নতুন ভিডিঅ আহি আছে ৷
পুণৰবাৰ অশেষ ধন্যবাদ ৷৷

5 years ago | [YT] | 9