Hello friend মই মন্টুয়ে আপোনালোক সকলোকে মোৰ you tube channel ত স্বাগতম জনাইছো ৷বন্ধুসকল এইটো মোৰ একদম নতুন চেনেল আৰু you tube ৰ জগতত প্ৰথম প্ৰয়াস ৷আশাকৰো আপোনালোকৰ সহাৰি লাভ কৰিম ৷মোৰ এই চেনেলৰ জৰিয়তে মই গাওঁলীয়া জীৱনৰ Daily vlog/অসমৰ বিভিন্ন চাকৰী বা-বাতৰী আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ৷আপোনালোকৰ অকনমান সহায়ে মোক আগুৱাই যোৱাত সহায় কৰিব ৷আনুগ্ৰহ কৰি মোৰ Mr phanchong চেনেলটো Like, Share আৰু Subscribe কৰি লব ৷

#Mrphangchong
mrphangchong
mrphangchong