নমস্কাৰ বন্ধু বান্ধৱীসকল!
মোৰ নাম Jagadish Kalita। এইটো এটা এনেকুৱা প্লেটফৰ্ম য’ত আপোনালোকে কম্পিউটাৰ জগতৰ বিভিন্ন চাকৰি (Computer Jobs), অনলাইন কাম আৰু কেৰিয়াৰ সম্পৰ্কীয় সকলো তথ্য সহজ অসমীয়াত লাভ কৰিব।
এই চেনেলটোত আপুনি কি কি পাব?
শেহতীয়া কম্পিউটাৰ চাকৰিৰ খবৰ (Job Updates)
আপোনাৰ কেৰিয়াৰত অলপ হ'লেও সহায় কৰাই মোৰ লক্ষ্য। আগুৱাই যাবলৈ চেনেলটো Subscribe কৰক। ধন্যবাদ